I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of AYUSH

আমি কি কৰোঁ

আয়ূশ সঞ্চালকালয়, অসমে নিম্নলিখিত বিষয়সমূহ চোৱা-চিতা কৰে:

  • সকলো আয়ূশ শিক্ষা প্রতিষ্ঠান
  • ৰাজ্যিক আয়ূশ সেৱা
  • ঔষধ পৰীক্ষণ পৰীক্ষাগাৰ (আয়ূশ)
  • ৰাজ্যিক অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষ (আয়ূশ), অসম|
  • আয়ূশ ঔষধৰ প্ৰযেþাগকাৰী পদ্ধতি কোষ|
  • ৰাজ্যিক আয়ুর্বেদীক ফাৰ্মাচী
  • ৰাজ্যিক আয়ূশ অভিযান, অসম
  • ভাৰতীয় ঔষধৰ অসম ৰাজ্যিক পৰিষদ
  • হোমিঅ’পেথিক ব্যৱস্থাৰ ঔষধ সমিতি, অসম