মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

আমাৰ ইতিবৃত্ত

  • আমাৰ ইতিবৃত্ত

    চৰকাৰী বিজ্ঞপ্তি নং এইচ. এল.বি. ২২১/২০০৯/২১ তাং ২৮-০২-২০১১ৰ অনূসৰি আয়ূশ সঞ্চালকালয়, অসমৰ স্থাপন হৈছিল আৰু জূন ২০১২ ৰ পৰা ই কাৰ্যকৰী হৈছিল| বৰ্তমান আয়ূশ সঞ্চালকালয়ৰ কাৰ্যালয় বশিষ্ঠ ৰোড, বনফূলনগৰ পথ, ঘৰ নং-১, গুৱাহাটী- ৬ ত অৱস্থিত| ৰাজ্যৰ আয়ূশ সঞ্চালকালয়ে ঔষধৰ আয়ুর্বেদীক আৰু হোমিঅ’পেথিক বিভাগ নিয়ন্ত্ৰণ কৰে | ৰাজ্যখনত বৰ্তমান এখন আয়ুর্বেদীক মহাবিদ্যালয় আৰু তিনিখন হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আছে আৰু জিলা চিকিৎসালয়, চি.এইচ.চি., পি.এইচ.চি., এম.পি.এইচ.চি. আৰু ৰাজ্যিক ডিচপেন্সাৰী আদিৰ সৈতে আয়ুর্বেদীক হোমিঅ’পেথিক ডিচপেন্সাৰীসমূহ সংযূক্ত হৈ আছে|