মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

অনূমোদন আৰু নবীকৰণ

  • অনূমোদন আৰু নবীকৰণৰ তালিকা, অনূমোদনৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ, সময়সীমা আৰু মাচূল
    ক্রমিকনংঅনূমোদন আৰু নবীকৰণশ্রেণীপ্ৰয়োজনীয় নথি পত্ৰঅনূমোদনৰ সময়সীমামাচূল

    ১.

    ফৰ্ম  ২৪-ডিত উল্লেখ থকামতে আয়ুর্বেদীক  (সিদ্ধ)আৰু ইউনানী ঔষধি প্ৰস্তুত কৰি বিক্রী কৰাৰ বাবে অনূজ্ঞাপত্ৰ লাভ কৰাৰ আবেদন        পত্ৰ ‘এ’

    স্থাপনৰ পূৰ্বে

    ১. আবেদন             পত্ৰ
    (ফৰ্ম ২৪-ডি)

    (ঠাই বা স্থানৰ অংকিত মানচিত্ৰ| স্থানৰ মালিকীস্বত্ব/ভাড়া চূক্তি আৰু প্ৰমাণপত্ৰ (যদিভাড়াত লোৱা হয়|)

    ৩০ দিন
    (পৰ্যবেক্ষণৰ প্ৰতিবেদন ১৫ দিনৰ ভিতৰত                আৰু অনূজ্ঞাপত্ৰ পৰ্যবেক্ষণৰ প্ৰতিবেদন লাভ কৰাৰ ১৫ দিনৰ পিছত)  

    শূন্য
    ২.আয়ুর্বেদীক (সিদ্ধ)আৰু ইউনানী ঔষধি প্ৰস্তুত কৰি বিক্রী কৰাৰ বাবে অনূজ্ঞাপত্ৰ লাভ কৰাৰ আবেদন পত্ৰ ‘বি’কার্যক্রমৰ পূৰ্বে

    ১. ফৰ্ম  ২৪-ডিৰ কপি
    ২. মাচুলৰ ৰচিদ (ট্ৰেজাৰী চালান)
    ‘০২১০ মেডিকেল আৰু জনস্বাস্থ্য, ০৪-জনস্বাস্থ্য, ১০৮-মাচুল আৰু জৰিমনা ইত্য়াদি” শিৰোনামাৰ অন্তৰ্গত
    ৩. বিবৃতি পত্ৰ (এনেক্সাৰ-II ত থকা মতে)
    ৪. ঔষধি নিয়ন্ত্ৰক/ঔষধি অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃত্বৰ প্ৰমাণপত্ৰ
    ৫.নগৰ নিগম/গাঁও পঞ্চায়তৰ প্ৰমাণপত্ৰ
    ৬. প্ৰয়োজনীয় ঠাই (প্ৰাৰম্ভিক এটা শ্ৰেণীৰ বাবে কাৰখানাজাত এলেকাত  অন্তত: ১২০০বৰ্গ ফূট ঠাই)
    ৭. মূখ্য পৰিকল্পনা  (প্ৰতিচিত্ৰ)
    ৮. ডি এণ্ড চি এক্ট ১৯৪০ৰ অধীনত জি.এম. পি. অনূসৰি স্থান পৰিকল্পনা (প্ৰতিচিত্ৰ)
    ৯. বলিষ্ঠ পৰিকল্পনাৰ প্ৰমাণ (প্ৰমাণীকৃত নথি)
    ১০.কতৃত্বশীল বিষয়াৰ পত্ৰ
    ১১.দূজন কাৰিকৰী জ্ঞানযূক্ত লোক (এজনআয়ুর্বেদীক ঔষধি প্ৰস্তুতিৰ বিশেষজ্ঞ আৰু আনজন আয়ুর্বেদীক বিশেষজ্ঞ)
    ১২.কাৰিকৰী জ্ঞানযূক্ত ব্যক্তি দূজনৰ বায়’দাতা, প্ৰমাণপত্ৰসমূহ, নিয়োগ আৰু যোগদান পত্ৰ|
    ১৩.প্ৰক্ৰিয়া গঠনৰ তালিকাৰ সৈতে সংশ্লিষ্ট প্ৰক্ৰিয়া পৰীক্ষাৰ প্ৰতিবেদন, অনূলিপি, বাণিজ্যচিহ্নৰ স্বীকৃতিপত্ৰ ১৪. গুণগত পৰিচালনাৰ প্ৰক্ৰিয়া
    ১৫. প্ৰয়োজনীয় যন্ত্ৰপাতি আৰু আহিলাৰ তালিকা
    ১৬.ড্ৰাগ এণ্ড কছমেটিকছ এক্ট ১৯৪০ আৰু ড্ৰাগছ এণ্ড মেজিক ৰেমেডিজ এক্ট ১৯৫৪ ৰ অদীনত প্ৰকল্পৰ আৰু পৰিচালক/অংশীদাৰ অধিপতিৰ স্বীকৃতিপাত্ৰ
    ১৭.জল পৰ্যবেক্ষণৰ প্ৰতিবেদন
    ১৮.প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অনূজ্ঞাপত্ৰ
    ১৯. অতিৰিক্ত ফৰ্ম নং ১৯ আৰু ১৯‘এ’ (এনেক্সাৰ III ত উল্লিখিত)

    ৬০ দিন

    (পৰ্যবেক্ষণৰ প্ৰতিবেদন ৩০ দিনৰ ভিতৰত    আৰু অনূজ্ঞাপত্ৰ পৰ্যবেক্ষণৰ প্ৰতিবেদন লাভ কৰাৰ ৩০ দিনৰ পিছত)
    ১০১৫/-

    ৩.

    আয়ুর্বেদীক  (সিদ্ধ)আৰু ইউনানী ঔষধি প্ৰস্তুত কৰি বিক্রী কৰাৰ বাবে অনূজ্ঞাপত্ৰ লাভ কৰাৰ আবেদন                পত্ৰ ‘চি’

    আৰম্ভণি পৰ্যায়ৰ পশ্চাৎ

    ১. ফৰ্ম  ২৪-ডিৰ কপি
    ২. মাচুলৰ ৰচিদ (ট্ৰেজাৰী চালান)
    ‘০২১০ মেডিকেল আৰু জনস্বাস্থ্য, ০৪-জনস্বাস্থ্য, ১০৮-মাচুল আৰু জৰিমনা ইত্য়াদি” শিৰোনামাৰ অন্তৰ্গত
    ৩. দূজন কাৰিকৰী জ্ঞানযূক্ত লোক (এজনআয়ুর্বেদীক ঔষধি প্ৰস্তুতিৰ বিশেষজ্ঞ আৰু আনজন আয়ুর্বেদীক বিশেষজ্ঞ)
    ৪.উৎপাদন বা ঔষধিৰ সবিশেষ বিৱৰণ

    ৬০ দিন
    (পৰ্যবেক্ষণৰ প্ৰতিবেদন ৩০ দিনৰ ভিতৰত    আৰু অনূজ্ঞাপত্ৰ পৰ্যবেক্ষণৰ প্ৰতিবেদন লাভ কৰাৰ ৩০ দিনৰ পিছত)       

    ১০১৫/-

    ৪.

    আয়ুর্বেদীক  (সিদ্ধ)আৰু ইউনানী ঔষধি প্ৰস্তুত কৰি বিক্রী কৰাৰ বাবে অনূজ্ঞাপত্ৰ লাভ কৰাৰ আবেদন                পত্ৰ ‘ডি’

    নতূন/নবীকৰণ

    ১. ঔষধি অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষৰ দ্বাৰা প্ৰদান কৰা ফৰ্ম  ২৫-ডি/২৬-ডিৰ কপি 
    ২. পূৰ্বৰ ফৰ্ম নং ২৬-ই-১ ৰ কপি 
    ৩. উৎপাদন বা ঔষধিৰ সবিশেষ বিৱৰণ

    ৬০ দিন

    (পৰ্যবেক্ষণৰ প্ৰতিবেদন ৩০ দিনৰ ভিতৰত    আৰু অনূজ্ঞাপত্ৰ পৰ্যবেক্ষণৰ প্ৰতিবেদন লাভ কৰাৰ ৩০ দিনৰ পিছত)
    শূন্য