মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

আয়ুশ স্বাস্থ্য সেৱা

  • আয়ুশ সেৱা:

    ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমত বৰ্তমান চূক্তিবদ্ধভাবে এচ.ডি./এম. পি. এইচ.চি/পি. এইচ. চি./চি.এইচ. চি./এফ. আৰ.ইউ. আদিত আৰু ৰাজ্যৰ জিলা চিকিৎসালয় সমূহত মূঠ ৩৯২ জন নিয়মিত মেডিকেল অফিচাৰ (আয়ূৰ)/জ্যেষ্ঠ মেডিকেল অফিচাৰ (আয়ূৰ) আৰু ৫১১ জন মেডিকেল অফিচাৰ (আয়ূৰ) কৰ্মৰত হৈ আছে| ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমত চূক্তিবদ্ধভাবে এচ.ডি./এম. পি. এইচ.চি/পি. এইচ. চি./চি.এইচ. চি./এফ. আৰ.ইউ. আদিত আৰু ৰাজ্যৰ জিলা চিকিৎসালয়সমূহত বৰ্তমান ৭৫ জন নিয়মীয়া মেডিকেল অফিচাৰ (হোমিঅ’) আৰু ২৫০ জন মেডিকেল অফিচাৰ (হোমিঅ’) আছে| এনে বিষয়াসকলে সংশ্লিষ্ট প্রতিষ্ঠান সমূহত অহৰহ সেৱা আগবঢ়াই আহিছে|