Home ❯
আয়ুশ চিকিৎসকৰ পঞ্জীয়নৰ বাবে আবেদন
আয়ুশ চিকিৎসকৰ পঞ্জীয়নৰ বাবে আবেদন
- প্ৰমাণিত বি. এম.এছ. (চিকিৎসা বিজ্ঞানৰ স্নাতক) ডিগ্ৰীধাৰী চিকিৎসকৰ অসম ৰাজ্যিক ভাৰতীয় ঔষধি পৰিষদৰ অধীনত পঞ্জীয়ন কৰা হ’ব|
- পঞ্জীয়নৰ বাবে চিকিৎসকে আয়ূশ সঞ্চালকালয় অসমৰ অধীনত পঞ্জীয়ক অসম ৰাজ্যিক ভাৰতীয় ঔষধি পৰিষদৰ ওচৰত আবেদন কৰিব পাৰে |
- আয়ূশ সঞ্চালকালয় অসমৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্রহ কৰিব পাৰিব |
- আবেদন পত্ৰসমূহ অনূসন্ধানী বৰ্গৰ দ্বাৰা পৰীক্ষা কৰা হ’ব আৰু শুদ্ধ প্ৰমাণিত হোৱাৰ পিছত পূঞ্জীভূত কৰা হ’ব|