এই পৰিচালকৰ অধীনত আয়ূশ, অসম আৰু প্ৰতিষ্ঠানসমূহৰ পৰিচালকৰৰ অন্তৰ্গত ২০১৭-১৮ বৰ্ষৰ বাবে আয়-ব্যয়ৰ ব্যৱস্থা|
| ক্রমিক নং | মুখ্য বিষয়া/প্রতিষ্ঠানৰ নাম | সাধাৰণ বাজেটৰ অধীনৰ সুবিধাসমূহ | এচ.অ'.পি.ডি.ৰ অধীনৰ সুবিধাসমূহ |
|---|---|---|---|
| ১. | আয়ূশ সঞ্চালকালয়, অসম | ৩৫৬.১৬ | ৬৩০.০০ |
| ২. | চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, গুৱাহাটী-১৪ | ১৪৫০.১১ | ৩০২.০০ |
| ৩. | এচ.এন.জে. হোমিঅ’পেথিক আৰোগ্যকাৰী মহাবিদ্যালয়ৰ, গুৱাহাটী-৩৭ | ২৮৫.৮৪ | ১০৩.০০ |
| ৪. | ড° জে.কে.এচ.হোমিঅ’পেথিক আৰোগ্যকাৰী মহাবিদ্যালয়, যোৰহাট | ২৭৪.৫৩ | ১০০.০০ |
| ৫. | অসম হোমিঅ’পেথিক আৰোগ্যকাৰী মহাবিদ্যালয়, নগাঁও | ২০১.২৮ | ১০৫.০০ |
| ৬. | ৰাষ্ট্রীয় আয়ূশ মিশন, অসম | ২০০০.০০ |