স্বাস্থ্য সেৱাত দেখা দিয়া আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে ভাৰত চৰকাৰৰ আয়ূশ মন্ত্ৰালয়ে ছেপ্তেম্বৰ, ২০১৪ত ৰাষ্ট্রীয় আয়ূশ অভিযানৰ আৰম্ভণি কৰে | এই অভিযানৰ অধীনত আয়ূশ স্বাস্থ্য সেৱা/শিক্ষা সমগ্র দেশজূৰি আগবঢোৱা হৈছে| ৰাষ্ট্রীয় আয়ূশ অভিযানৰ অধীনত নিম্নম্লিখিত ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গুৰুত্ব প্ৰদান কৰা হ’ব– --->

ৰাষ্ট্রীয় পৰ্যায়ৰ অভিযানৰ গঠন

ৰাষ্ট্রীয় পৰ্যায়ৰ অভিযানৰ গঠন

চৰকাৰী বিজ্ঞাপন এইচ' এল বি' ৪৯১/২০১৪/৩২২ তাং ৪ নৱেম্বৰ, ২০১৫
| Sl. No | Status | Designation |
|---|---|---|
| 1. | অধ্যক্ষ | অসম চৰকাৰৰ মূখ্য সচিব |
| 2. | সদস্য সচিব | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ, অসম চৰকাৰৰ সচিব |
| 3. | সদস্য | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ, অসম চৰকাৰৰ সচিব |
| 4. | সদস্য | বিত্তীয় বিভাগ, অসম চৰকাৰৰ প্ৰধান সচিব |
| 5. | সদস্য | পৰিকল্পনা আৰু বিকাশ দপ্তৰ, অসম চৰকাৰৰ প্ৰধান সচিব |
| 6. | সদস্য | বন বিভাগ, অসম চৰকাৰৰ প্ৰধান সচিব |
| 7. | সদস্য | ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মিছন ডিৰক্টেৰ (অভিযান সঞ্চালক) |
| 8. | সদস্য | আয়ূশ, অসমৰ সঞ্চালক |
| 9. | সদস্য | ৰাজি্যক ঔষধি উদ্ভ্ৰিদ পৰিষদ,অসম প্ৰধান বিষয়া |
| 10. | সদস্য | ৰাজি্যক এ' এচ' ইউ' এণ্ড এইচ ড্ৰাগ লাইচেন্সিংঅথৰিটী, অসম |
চৰকাৰী বিজ্ঞপ্তি এইচ' এল বি' ৪৯১/২০১৪/৩১২ তাং ৪ নৱেম্বৰ, ২০১৫
| Sl. No | Status | Designation |
|---|---|---|
| 1. | অধ্যক্ষ | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ, অসম চৰকাৰৰ জ্যেষ্ঠ সচিব |
| 2. | সহ: অধ্যক্ষ | স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰ, অসম চৰকাৰৰ সচিব |
| 3. | সদস্য সচিব | আয়ূশ, অসমৰ সঞ্চালক |
| 4. | সদস্য | পৰিচালন অধিকৰ্তা, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসম |
| 5. | সদস্য | ৰাজি্যক বিত্তীয় / পৰিকল্পনা আৰু বিকাশ বিভাগৰ অসমৰ প্ৰতিনিধি |
| 6. | সদস্য | বন আৰু উদ্যান পালন বিভাগ, অসমৰ প্ৰতিনিধি |
| 7. | সদস্য | প্ৰধান বিষয়া, ৰাজি্যক ঔষধি উদ্ভ্ৰিদ পৰিষদ, অসম |
| 8. | সদস্য | এ' এচ' ইউ' এণ্ড এইচ লাইচেন্সিংঅথৰিটী, অসম |
| 9. | সদস্য | আয়ূশ আৰু ঔষধি উদ্ভ্ৰিদৰ সৈতে জড়িত জ্যেষ্ঠ কাৰিকৰী বিষয়া |
| 10. | সদস্য | ৰাজি্যক আয়ূশ কাৰ্যত্ৰম ব্যবস্থাপক, অসম |