মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

স্বাস্থ্য সূবিধা

চৰকাৰী বিজ্ঞপ্তি নং এচি' এল' বি ২২১/২০০৯/২১ তাং ২৮/০২/২০১১ অনূসৰি আয়ূশ সঞ্চালকালয়, অসমৰ সৃষ্টি হয় আৰু জূন, ২০১২ ৰ পৰা এই সঞ্চালকালয় সক্রিয় হৈ আছে| বৰ্তমান আয়ূশ সঞ্চালকালয় বশিষ্ঠ ৰোড, বনফূল নগৰ পথ, ঘৰ নং- ৰ, গুৱাহাটী- ০৬ ত অবস্থিত| ৰাজ্যখনত অবস্থিত আয়ূশ সঞ্চালকালযে ঔষধিৰ আয়ুর্বেদীক আৰু হোমিঅ'পেথী ব্যবস্থাৰ নিয়ন্ত্ৰণ কৰে | ৰাজ্যত এখন আয়ুর্বেদীক মহাবিদ্যালয় আৰু তিনিখন হোমিঅ'পেথী চিকিৎসা মহাবিদ্যালয় আছে আৰু জিলা অসামৰিক চিকিৎসালয়, চি এইচ, চি, পি, এইচ চি, এম' পি, এইচ চি আৰ ৰাজি্যক ক্লিনিকসমূহত আয়ুর্বেদীক আৰু হোমিঅ'পেথী ডিচপেনসাৰী সংযূক্ত হৈ আছে|

প্রতিষ্ঠান/চিকিৎসালয়/ডিচপেনসাৰীআয়ুর্বেদীকহোমিঅ'পেথীমুঠ
জালূকবাৰীত এখন আয়ুর্বেদীক মহাবিদ্যালয়- ধাৰণ ক্ষমতা : আণ্ডাৰ গ্ৰেজূৱেট – ৬০ (বি' এ' এম' এচ) আৰু পোস্ট গ্ৰেজূৱেট – ২৪ (এম' ডি'যএম' এচ আয়ূৰ)১   ১    
  গুৱাহাটী, নগাঁও আৰু পাঞ্জাবাৰীত তিনিখন হোমিঅ'পেথী মহাবিদ্যালয়: আণ্ডাৰ গ্ৰেজূৱেট (বি' এ' এম' এচ): ৫০ ৩    ৩  
  আয়ুর্বেদীক মহাবিদ্যালয়ৰ সৈতে সংযূক্ত চিকিৎসালয়: ১০০খন বিচনাযূক্ত১       ১
  হোমিঅ'পেথিক মহাবিদ্যালয়ৰ সৈতে সংযূক্ত চিকিৎসালয়: প্ৰতিখনৰে 2৫ খনকৈ বিচনা     ৩      ৩  
    মেডিকেল অফিচাৰ (আয়ূশ) (এচ' ডি, পি এইচ' চি, চি' এইচ চি', চি এইচৰ সৈতে সংযূক্ত)(নিয়মিত)৩৯২ (ৰাষ্ট্রীয় স্বাস্থ্য অভিযান)৫১১  (নিয়মিত)75 (ৰাষ্ট্রীয় স্বাস্থ্য অভিযান)2৫0    ১২২৮      
  পূঞ্জীভূত চিকিৎসক  ৯৭৮      ১১৪৭    ২২২৫
  পূঞ্জীভূত ফাৰ্মাচিষ্ট  ১৩০  ------  ১৩০    
ঔষধ নিৰ্মাণকাৰী পৰীক্ষাগাৰ/ফাৰ্মাচী    ৬০----  ৬০
ৰাজ্যখনত বৰ্তমানে অবস্থিত আয়ূশ সূবিধাসমূহ এনেধৰণৰ :
Sl. No.Name of State Health SectorNo.
1.জিলা চিকিৎসালয়২৫
2.চি' এইচ' চি৬২
3.পি' এইচ' চি'৫৯৫
4.এচ' ডি১৩৩
5.এচ' এইচ' চি'৫৬
6.এচ' চি'৪৫
মূঠ৯১৬
Hospital
চিকিৎসালয়ৰ নামনং/সংখ্যা
চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয় চিকিৎসালয়, গুৱাহাটী - ২০০ বিচনাযূক্ত)  ১
চৰকাৰী হোমিঅ' মেডিকেল কলেজ হাস্পতাল (গুৱাহাটী, নগাঁও, যোৰহাট, মূঠ ৭৫খন বিচনা)
অসামৰিক হাস্পতালৰ সৈতে সংযূক্ত আয়ূশ১৯
আয়ূশ অ'পিডি চেন্টাৰ১২০
মূঠ হাস্পতাল১৪৩
আয়ূশ সঞ্চালকালয়ৰ মানৱ সম্পদ, অসম
নামনং/সংখ্যা
সঞ্চালক, আয়ূক্ত০১
যূটীয়া সঞ্চালক, আয়ূশ০১
সহকাৰী সঞ্চালক, আয়ূশ০৪
বিত্ত আৰু গণনা বিষয়া০১
কাৰ্যালয় অধীক্ষক আৰু শ্রুতিলেখক০২
গাণনিক আৰু কোষাধ্যক্ষ০২
ইউ' ডি' এ' এল' ডি' এ' কম্পিউটাৰ অপাৰেটৰ আৰু চতূৰ্থ বৰ্গ১৪
আঞ্চলিক বিষয়া (আয়ূৰ)০৩
মেডিকেল অফিচাৰ (আয়ুর্বেদীক)৮৩৪
মেডিকেল অফিচাৰ (হোমিঅ')৩২৫
ফাৰ্মাচিষ্ট (আয়ূৰ)৮০
গুৱাহাটী আয়ুর্বেদীক মহাবিদ্যালয় চিকিৎসালয় অধ্যাপক৪৫
এচ' জে'এন' হোমিঅ'পেথিক মহাবিদ্যালয়ৰ অধ্যাপক২৭
অসম হোমিঅ'পেথিক মহাবিদ্যালয় অধ্যাপক১৯
ডᵒ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয় অধ্যাপক২১
মুঠ ১৩৮১
ৰাজ্যিক আয়ুর্বেদীক ঔষধালয় জালূকবাৰী, চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, চৌহদ ২০০৬ চনৰ পৰা কাৰ্যকৰী.
ঔষধ পৰীক্ষাকৰণ পৰীক্ষাগাৰ (আয়ুশ)জালূকবাৰী, চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, চৌহদ ২০০৮ চনৰ পৰা কাৰ্যকৰী.
আয়ুর্বেদীক/সিদ্ধ বা উনানী ঔষধিৰ ঔষধি প্ৰয়োগকাৰী পদ্ধতি কোষ আয়ুশ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০১৩ চনৰ পৰা কাৰ্যকৰী.
আয়ুশ অনুজ্ঞাপত্র প্ৰদানকাৰী কতৃপক্ষ আয়ুশ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০১৫ চনৰ পৰা কাৰ্যকৰী.