চৰকাৰী বিজ্ঞপ্তি নং এচি' এল' বি ২২১/২০০৯/২১ তাং ২৮/০২/২০১১ অনূসৰি আয়ূশ সঞ্চালকালয়, অসমৰ সৃষ্টি হয় আৰু জূন, ২০১২ ৰ পৰা এই সঞ্চালকালয় সক্রিয় হৈ আছে| বৰ্তমান আয়ূশ সঞ্চালকালয় বশিষ্ঠ ৰোড, বনফূল নগৰ পথ, ঘৰ নং- ৰ, গুৱাহাটী- ০৬ ত অবস্থিত| ৰাজ্যখনত অবস্থিত আয়ূশ সঞ্চালকালযে ঔষধিৰ আয়ুর্বেদীক আৰু হোমিঅ'পেথী ব্যবস্থাৰ নিয়ন্ত্ৰণ কৰে | ৰাজ্যত এখন আয়ুর্বেদীক মহাবিদ্যালয় আৰু তিনিখন হোমিঅ'পেথী চিকিৎসা মহাবিদ্যালয় আছে আৰু জিলা অসামৰিক চিকিৎসালয়, চি এইচ, চি, পি, এইচ চি, এম' পি, এইচ চি আৰ ৰাজি্যক ক্লিনিকসমূহত আয়ুর্বেদীক আৰু হোমিঅ'পেথী ডিচপেনসাৰী সংযূক্ত হৈ আছে|
প্রতিষ্ঠান/চিকিৎসালয়/ডিচপেনসাৰী | আয়ুর্বেদীক | হোমিঅ'পেথী | মুঠ |
---|
জালূকবাৰীত এখন আয়ুর্বেদীক মহাবিদ্যালয়- ধাৰণ ক্ষমতা : আণ্ডাৰ গ্ৰেজূৱেট – ৬০ (বি' এ' এম' এচ) আৰু পোস্ট গ্ৰেজূৱেট – ২৪ (এম' ডি'যএম' এচ আয়ূৰ) | ১ | | ১ |
গুৱাহাটী, নগাঁও আৰু পাঞ্জাবাৰীত তিনিখন হোমিঅ'পেথী মহাবিদ্যালয়: আণ্ডাৰ গ্ৰেজূৱেট (বি' এ' এম' এচ): ৫০ | | ৩ | ৩ |
আয়ুর্বেদীক মহাবিদ্যালয়ৰ সৈতে সংযূক্ত চিকিৎসালয়: ১০০খন বিচনাযূক্ত | ১ | | ১ |
হোমিঅ'পেথিক মহাবিদ্যালয়ৰ সৈতে সংযূক্ত চিকিৎসালয়: প্ৰতিখনৰে 2৫ খনকৈ বিচনা | | ৩ | ৩ |
মেডিকেল অফিচাৰ (আয়ূশ) (এচ' ডি, পি এইচ' চি, চি' এইচ চি', চি এইচৰ সৈতে সংযূক্ত) | (নিয়মিত)৩৯২ (ৰাষ্ট্রীয় স্বাস্থ্য অভিযান)৫১১ | (নিয়মিত)75 (ৰাষ্ট্রীয় স্বাস্থ্য অভিযান)2৫0 | ১২২৮ |
পূঞ্জীভূত চিকিৎসক | ৯৭৮ | ১১৪৭ | ২২২৫ |
পূঞ্জীভূত ফাৰ্মাচিষ্ট | ১৩০ | ------ | ১৩০ |
ঔষধ নিৰ্মাণকাৰী পৰীক্ষাগাৰ/ফাৰ্মাচী | ৬০ | ---- | ৬০ |
ৰাজ্যখনত বৰ্তমানে অবস্থিত আয়ূশ সূবিধাসমূহ এনেধৰণৰ :
Sl. No. | Name of State Health Sector | No. |
---|
1. | জিলা চিকিৎসালয় | ২৫ |
2. | চি' এইচ' চি | ৬২ |
3. | পি' এইচ' চি' | ৫৯৫ |
4. | এচ' ডি | ১৩৩ |
5. | এচ' এইচ' চি' | ৫৬ |
6. | এচ' চি' | ৪৫ |
মূঠ | ৯১৬ |
Hospital
চিকিৎসালয়ৰ নাম | নং/সংখ্যা |
---|
চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয় চিকিৎসালয়, গুৱাহাটী - ২০০ বিচনাযূক্ত) | ১ |
চৰকাৰী হোমিঅ' মেডিকেল কলেজ হাস্পতাল (গুৱাহাটী, নগাঁও, যোৰহাট, মূঠ ৭৫খন বিচনা) | ৩ |
অসামৰিক হাস্পতালৰ সৈতে সংযূক্ত আয়ূশ | ১৯ |
আয়ূশ অ'পিডি চেন্টাৰ | ১২০ |
মূঠ হাস্পতাল | ১৪৩ |
আয়ূশ সঞ্চালকালয়ৰ মানৱ সম্পদ, অসম
নাম | নং/সংখ্যা |
---|
সঞ্চালক, আয়ূক্ত | ০১ |
যূটীয়া সঞ্চালক, আয়ূশ | ০১ |
সহকাৰী সঞ্চালক, আয়ূশ | ০৪ |
বিত্ত আৰু গণনা বিষয়া | ০১ |
কাৰ্যালয় অধীক্ষক আৰু শ্রুতিলেখক | ০২ |
গাণনিক আৰু কোষাধ্যক্ষ | ০২ |
ইউ' ডি' এ' এল' ডি' এ' কম্পিউটাৰ অপাৰেটৰ আৰু চতূৰ্থ বৰ্গ | ১৪ |
আঞ্চলিক বিষয়া (আয়ূৰ) | ০৩ |
মেডিকেল অফিচাৰ (আয়ুর্বেদীক) | ৮৩৪ |
মেডিকেল অফিচাৰ (হোমিঅ') | ৩২৫ |
ফাৰ্মাচিষ্ট (আয়ূৰ) | ৮০ |
গুৱাহাটী আয়ুর্বেদীক মহাবিদ্যালয় চিকিৎসালয় অধ্যাপক | ৪৫ |
এচ' জে'এন' হোমিঅ'পেথিক মহাবিদ্যালয়ৰ অধ্যাপক | ২৭ |
অসম হোমিঅ'পেথিক মহাবিদ্যালয় অধ্যাপক | ১৯ |
ডᵒ জে কে শইকীয়া হোমিঅ'পেথিক মহাবিদ্যালয় অধ্যাপক | ২১ |
মুঠ | ১৩৮১ |
ৰাজ্যিক আয়ুর্বেদীক ঔষধালয় জালূকবাৰী, চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, চৌহদ ২০০৬ চনৰ পৰা কাৰ্যকৰী.
ঔষধ পৰীক্ষাকৰণ পৰীক্ষাগাৰ (আয়ুশ)জালূকবাৰী, চৰকাৰী আয়ুর্বেদীক মহাবিদ্যালয়, চৌহদ ২০০৮ চনৰ পৰা কাৰ্যকৰী.
আয়ুর্বেদীক/সিদ্ধ বা উনানী ঔষধিৰ ঔষধি প্ৰয়োগকাৰী পদ্ধতি কোষ আয়ুশ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০১৩ চনৰ পৰা কাৰ্যকৰী.
আয়ুশ অনুজ্ঞাপত্র প্ৰদানকাৰী কতৃপক্ষ আয়ুশ সঞ্চালকালয়ৰ কাৰ্যালয়ত ২০১৫ চনৰ পৰা কাৰ্যকৰী.