মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

আয়ুশ চিকিৎসকৰ পঞ্জীয়নৰ বাবে আবেদন

  • প্ৰমাণিত বি. এম.এছ. (চিকিৎসা বিজ্ঞানৰ স্নাতক) ডিগ্ৰীধাৰী চিকিৎসকৰ অসম ৰাজ্যিক ভাৰতীয় ঔষধি পৰিষদৰ অধীনত পঞ্জীয়ন কৰা হ’ব|
  • পঞ্জীয়নৰ বাবে চিকিৎসকে আয়ূশ সঞ্চালকালয় অসমৰ অধীনত পঞ্জীয়ক অসম ৰাজ্যিক ভাৰতীয় ঔষধি পৰিষদৰ ওচৰত আবেদন কৰিব পাৰে |
  • আয়ূশ সঞ্চালকালয় অসমৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্রহ কৰিব পাৰিব |
  • আবেদন পত্ৰসমূহ অনূসন্ধানী বৰ্গৰ দ্বাৰা পৰীক্ষা কৰা হ’ব আৰু শুদ্ধ প্ৰমাণিত হোৱাৰ পিছত পূঞ্জীভূত কৰা হ’ব|