Home ❯
আয়ুশ ঔষধি উৎপাদন কেন্দ্ৰৰ বাবে আবেদন
আয়ুশ ঔষধি উৎপাদন কেন্দ্ৰৰ বাবে আবেদন
- আয়ুর্বেদীক ঔষধ প্ৰস্তুত কৰণৰ অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষ, আয়ূশৰ দ্বাৰা আয়ূশ সঞ্চালকালয় অসমৰ অধীনত প্ৰদান কৰা হ’ব|
- ড্ৰাগ এণ্ড কচমেটিকচ এক্ট ৰজ্ঝচ্ছ্ৰঙ্ম ত উল্লেখ থকা ধৰণে আবেদন পত্ৰসমূহ সংশ্লিষ্ট ড্ৰাগ ইন্সপেক্টৰৰ জৰিয়তে অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষৰ ওচৰত দাখিল কৰিব লাগে|
- বৰ্তমান বিভিন্ন জিলাৰ মৰ্ডাণ ড্ৰাগছৰ অধীনত কাম কৰা ড্ৰাগ ইন্সপেক্টৰ সকলক আয়ূশ ঔষধিৰ ইন্সপেক্টৰ হিচাপে নিযূক্তি দিয়া হৈছে|