মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

আয়ুশ ঔষধি অনুজ্ঞাপত্রৰ নবীকৰণ

  • আয়ুর্বেদীক ঔষধ প্ৰস্তুত কৰণৰ অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষ, আয়ূশৰ দ্বাৰা আয়ূশ সঞ্চালকালয় অসমৰ অধীনত প্ৰদান কৰা হ’ব|
  • ড্ৰাগ এণ্ড কচমেটিকচ এক্ট ৰজ্ঝচ্ছ্ৰঙ্ম ত উল্লেখ থকা ধৰণে আবেদন পত্ৰসমূহ সংশ্লিষ্ট ড্ৰাগ ইন্সপেক্টৰৰ জৰিয়তে অনূজ্ঞাপত্ৰ প্ৰদানকাৰী কতৃপক্ষৰ ওচৰত দাখিল কৰিব লাগে|
  • বৰ্তমান বিভিন্ন জিলাৰ মৰ্ডাণ ড্ৰাগছৰ অধীনত কাম কৰা ড্ৰাগ ইন্সপেক্টৰ সকলক আয়ূশ ঔষধিৰ ইন্সপেক্টৰ হিচাপে নিযূক্তি দিয়া হৈছে|
Downloads
TitleSizeDetail
File আয়ুর্বেদীক/সিদ্ধ বা উনানী ঔষধি বিক্রীৰ বাবে নিৰ্মাণ কৰা অনূজ্ঞাপত্ৰ নবীকৰণ প্ৰমাণপত্ৰ14.01 KBswf-image
File আয়ুর্বেদীক/সিদ্ধ বা উনানী ঔষধি বিক্রীৰ বাবে নিৰ্মাণ কৰা অনূজ্ঞাপত্ৰৰ নবীকৰণ/অনূমতিৰ আবেদন পত্ৰ12.74 KBswf-image