মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of AYUSH

অসমত আয়ুশ

এন.আৰ.এইচ.এম.ৰ অধীনত (আযূবেৰ্দ, যোগ আৰু প্ৰাকৃতিক উপায়েৰে ৰোগৰ চিকিৎসা, ইউনানী সিদ্ধ আৰু হোমিওপেথি) আয়ূশৰ মূলধাৰা|

এন.আৰ.এইচ.এম.ৰ লক্ষ্য হৈছে নিৰন্তৰ উলম্ব কাৰ্যসূচীৰে আয়ূশৰ সৈতে সকলো স্বাস্থ্যসেৱা সূবিধাসমূহ একত্ৰিত কৰা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ দূৰ্বলতাৰ উন্নতি আৰু সংশোধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা | জাতীয় স্বাস্থ্যসেৱা সূবিধাসমূহ সূদৃঢ় কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু আয়ূশ বিভাগৰ দ্বাৰা এক উদ্যোগ লোৱা হৈছে|

আয়ূশ পদ্ধতিৰ দৈহিক আৰু কাৰ্য্যকৰী একত্ৰীকৰণ এন.আৰ.এইচ.এম.ৰ অধীনত মূলধাৰাৰ সকলোতÍক গুৰুত্বপূৰ্ণ কৌশল| আয়ূশ ডাক্তৰ নিয়োগ বা সংযোগ আৰু স্থানীয় চাহিদা অনূয়ায়ী গঠনপ্ৰণালী নিৰ্মাণৰ মাধ্যমেৰে একত্ৰীকৰণৰ সূবিধা প্ৰদান কৰা হৈছে|

আয়ূশ ডাক্তৰসকলক এন.আৰ.এইচ.এম.ৰ অধীনত বিভিন্ন হস্তক্ষেপৰ কাৰ্যক্রম পৰিচালনা, নিৰীক্ষণ আৰু কাৰ্যকৰী কাৰ্য্যকতা ৰূপত ব্যৱহাৰ কৰা হ’ব পাৰে |

পৰিস্থিতিৰ নিৰীক্ষণ

আয়ুর্বেদীক আৰু হোমিঅ’পেথিয়ে বৰ্তমান সময়ত চৰকাৰী ক্ষেত্ৰত আয়ূশৰ অধীনত ঔষধৰ দূটা পদ্ধতি হিচাবে কাম কৰে|

স্বাস্থ্যসেৱা পৰিচালক, স্বাস্থ্য আৰু এফ ডব্লিউ (এ) বিভাগ অসম, অসম চৰকাৰে জিলা সামৰিক চিকিৎসালয়, সি এইচ সি, পি এইচ সি আৰু এচ ডিৰ সৈতে সংযূক্ত আয়ুর্বেদীক আৰু হোমিঅ’পেথিক ঔষধালয়সমূহ নিয়ন্ত্ৰণ কৰে |

মেডিকেল শিক্ষা পৰিচালক, স্বাস্থ্য আৰু এফ ডব্লিউ (ট্ব) বিভাগ অসম চৰকাৰে এখন আয়ুর্বেদীক আৰু হোমিঅ’পেথিক মহাবিদ্যালয়ৰ সৈতে আয়ুর্বেদীক আৰু হোমিঅ’পেথিক শিক্ষা নিয়ন্ত্ৰণ কৰে |

আয়ুর্বেদীক

আয়ুর্বেদৰ আক্ষৰিক অৰ্থ হৈছে স্বাস্থ্যকৰ জীৱন আৰু অসূস্থ জীৱন, সূখী জীৱন আৰু অসূখী জীৱন, উপকাৰী জীৱন আৰু লাভজনক জীৱন সম্পৰ্কীত সকলো দিশৰ জীৱনযাপনৰ বিজ্ঞান| স্বাস্থ্যসেৱা আৰু প্ৰাকৃতিক ঔষধৰ আয়ুর্বেদীক নীতিসমূহ প্ৰধানত অথৰ্ববেদৰ বৈদিক সাহিত্যত বিক্ষিপ্ত আয়ুর্বেদীক চিকিৎসাৰ মূল ভিত্তি হৈছে -১) ৰোগৰ কাৰ্যকৰী আৰু উত্তেজক কাৰণসমূহৰ অভিযোজন, ২) বিশুদ্ধ পদ্ধতি, ৩)প্রশমনকাৰী বা দমনমূলক ব্যৱস্থা/চিকিৎসা ৪) খাদ্যতালিকাগত আৰু জীৱন শৈলী ব্যৱস্থাপনা | ৰোগীৰ সূস্থ আৰু অসূস্থ অৱস্থা উভয়ৰে স্বাস্থ্যগত যত্নৰ সামগ্ৰিক পদ্ধতি হোলিষ্টিক| বিভিন্ন জাতিগত গোষ্ঠীৰ মাজত আয়ুর্বেদীক পদ্ধতিৰ অনূশীলন সমগ্র উত্তৰ-পূৰ্বাঞ্চলত অত্যন্ত সাধাৰণ|

হোমিঅ’পেথি

হোমিঅ’পেথিক শিমিলা শিমিলিবাচ কাৰেন্টাৰৰ এক নীতিৰ ওপৰত ভিত্তি কৰে যাৰ অৰ্থ হৈছে যেনে ৰোগ তেনে চিকিৎসা কৰা| হোমিঅ’পেথিক পদ্ধতি শব্জ আৰু প্ৰমান সাধ্য আইন, নীতি আৰু কৌশলসমূহৰ ওপৰত ভিত্তি কৰা এক বৈজ্ঞানিক শৃংখলা| ব্যক্তিগত ৰোগীৰ বাবে আবেদন এক কলাও|

হোমিঅ’পেথিক ঔষধ পদ্ধতি কেবল জাতীয় স্বাস্থ্যসেৱা কৰ্মসূচিক শক্তিশালী কৰাৰ বাবেই নহয় বৰঞ্চ জীবনযাত্ৰাৰ মান হিচাবেই বিবেচনা কৰা হ’ব পাৰে কিন্তু যদি পদ্ধতিগতভাবে আৰু বৈজ্ঞানিকভাবে অনূশীলন কৰা হয় তেতিয়া বহুতো মাৰাত্মক ৰোগ দূৰ কৰাত ইতিবাচক প্ৰভাব পেলাব পাৰে |

হোমিঅ’পেথিক, আয়ুর্বেদ, যোগ আৰু প্ৰাকৃতিক পদ্ধতিৰে চিকিৎসা কৰা অনেক ব্যক্তিগত চিকিৎসক আছে| আয়ূশ চিকিৎসক সকলৰ সৰহ সংখ্যকেই গ্রাম্য অঞ্চলত চাকৰি কৰে |

আয়ুশ পার্শ্বচিত্র
 আয়ুর্বেদীকহোমিঅ’পেথিকমুঠ
মহাবিদ্যালয়                ১
(ইউজিৰ নামভৰ্তিৰ ক্ষমতা ৫০ আৰু পিজিৰ ১২)

নামভৰ্তিৰ ক্ষমতা ৫০+৫০+৫০=১৫০
চিকিৎসালয়১(১৫০ বিচনাযুক্ত)৩ (৫০+৫০+৫০=১৫০ বিচনাযুক্ত)
ঔষধালয় (এচ.ডি., পি.এইচ.সি., সি.এইচ.সি., সি.এইচ. যুক্ত)৩৫৮(ৰাজিক স্বাস্থ্যসেৱাৰ অধীনত)
২৮৭ (এন.আৰ.এইচ.এম.ৰ                 অধীনত)
৭৫(ৰাজিক স্বাস্থ্যসেৱাৰ অধীনত)
৫০ (এন.আৰ.এইচ.এম.ৰ                 অধীনত)
৪৩৩+৩৩৭=৭৭০
নিবন্ধিত চিকিৎসক১২০------১২০
নিবন্ধিত ফাৰ্মাচিষ্ট
(পাইকাৰি বিক্ৰী আৰু খুচুৰা বিক্ৰী)
২২  ৬৮০ ৯০০
ঔষধ উৎপাদক পৰীক্ষাগাৰ/ফাৰ্মাচী৫১  ১  ৫২
আয়ুশৰ মানৱ সম্পদ
পদবীসংখ্যা
স্বাস্থ্যসেৱা বিভাগৰ উপ-পৰিচালক (আয়ূৰ)
স্বাস্থ্যসেৱা বিভাগৰ উপ পৰিচালক (হোমিও)
আঞ্চলিক কৰ্মকৰ্তা               
আৰোগ্যকাৰী কৰ্মকৰ্তা (আয়ুর্বেদীক)               ৩৫৮+২৮৭ (এন.আৰ.এইচ.এম.ৰঅন্তৰ্গত)
আৰোগ্যকাৰী কৰ্মকৰ্তা ( আয়ূৰ )৭৫+৫০ (এন.আৰ.এইচ.এম.ৰঅন্তৰ্গত)
কমপাউণ্ডাৰ ( আয়ূৰ)২০
মূঠ৭৯৫
আয়ুশৰ কার্যক্রম পৰিচালনা বিভাগত নিম্নলিখিত বিষয়াসকল অন্তৰ্ভূক্ত
পদবীসংখ্যা
ৰাজ্য়িক কাৰ্যসূচীৰ কৰ্মকতা
হিচাবৰক্ষক ব্যৱস্থাপক
ডেটা সহকাৰী
আয়ুশৰ উদ্দেশ্য
  1. সমস্ত আয়ূশ প্রতিষ্ঠানৰ প্রয়োজনীয় পৰিকাঠসমূহ যেনে ভবন, উপকৰণ, মানৱশক্তি ইত্যাদিৰে শক্তিশালী কৰা উচিত|
  2. বিভাগৰ বিদ্যমান পৰিকাঠসমূহ শক্তিশালী কৰা|
  3. ডি.এইচ/সি. এইচ./ পি. এইচ. চি./ এ.এচ.ডি. স্তৰত অৱস্থিত আয়ূশ সূবিধাসমূহ সূসংহত কৰা |
  4. সুস্থ জীবনশৈলীৰ উন্নীত কৰা|
  5. ভাৰতীয় ঔষধ আৰু হোমিঅ’পেথি পদ্ধতিৰ প্ৰতি খ্যাতি আৰু বিশ্বাসক পূনৰুজ্জীবিত কৰা|
  6. আয়ূশ গবেষণা কাৰ্যক্রমক ৰাজ্যত প্ৰচাৰ কৰা যাতে আয়ূশৰ অধীনত অধিক প্ৰতিৰোধমূলক আৰু প্ৰচাৰমূলক দৃষ্টিভঙ্গি উন্নতি কৰা হয়|
  7. জাতীয়/ৰাজ্যিক স্বাস্থ্য কাৰ্যসূচীৰ সৈতে আয়ূশৰ কৰ্মীক সন্মানিত কৰা|
  8. পৰিসেৱা প্ৰশিক্ষণ প্ৰদানৰ মাধ্যমেৰে ৰাজ্যৰ আয়ূশ কৰ্মীসকলৰ ব্যৱস্থাপনা আৰু প্ৰযূক্তিগত দক্ষতা উন্নীত কৰা|
  9. সকলো সূবিধাৰ মাজত ঔষধি উদ্ভ্ৰিদৰ খেতি প্ৰচাৰৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সহযোগিতা  কৰা|
  10. ২০১২ বৰ্ষৰ ভিতৰত ৰাজ্যৰ সমগ্র জনসংখ্যা অতিক্রম কৰা|
  11. মেলেৰিয়া প্ৰতিৰোধক, প্ৰচাৰ সম্বন্ধীয় আৰু উদ্ভ্ৰাবনী পাইলট প্ৰকল্প|
  12. স্থানীয় স্বাস্থ্য ঐতিহ্য পূনৰুজ্জীবিত কৰা|
কাযাৰ্ৱলী
  1. ভাৰত চৰকাৰৰ কেন্দ্ৰীয়ভাৱে সমৰ্থিত পৰিকল্পনাৰ অধীনত জিলা এল’পেথিক চিকিৎসালয়ৰ অন্তৰ্গত চৰকাৰৰ দ্বাৰা পৰিচালিত হয়| অসমৰ ২৪ খন জিলাৰ প্ৰত্য়েকে চিঠি নং – এইচ.এল.এ. ১১১৯/২০০৪/পিটি/৮৮ তাৰিখ ২২/৩/২০০৭ৰ জৰিয়তে আয়ূশৰ শাখা নিৰ্মাণৰ বাবে ১০ লাখ টকা অনূমোদিত কৰা হৈছে| ধূবূৰী, গোৱালপাৰা, কোকৰাঝাৰ, ওদালগুৰি আৰু বাক্সা ৰাজ্যৰ শাখা সম্পূৰ্ণ হোৱাৰ পথত| আশা কৰা হৈছে যে ২০১১-১২ত এই শাখাসমূহ অন্যান্য উপায়েৰে সম্পূৰ্ণভাবে সম্পন্ন হ’ব যাৰ বাবে ভাৰত চৰকাৰে ইতিমধ্য়ে অৰ্থৰ অনূমোদন কৰিছে | আয়ূশ শাখাৰ অন্য অংশসমূহ অৱশিষ্ট ৬০০লাখ টকা চৰকাৰী কতৃপক্ষৰ পৰা মূক্তি পোৱাৰ পাছত সম্পন্ন হ’ব| চিঠি নং এইচ.এল.এ. ৩৫৯/২০০৯/১৬৬, ৬/০১/২০১১ তাৰিখে এই উদ্দেশ্য ভাৰত চৰকাৰে ৮৪০ লাখ টকা অনূমোদিত কৰে |
  2. ভাৰত চৰকাৰে চিঠি নং- আৰ.১৪০১২/০৩/২০০৭/এইচ এণ্ড ডি ২৬-০২-২০০৭ তাৰিখে ইতিমধে্য ১২৪৭.২৫ লাখ টকা অনূমোদিত কৰিছে | (৫০আয়ুর্বেদীক আৰু ৭৫ হোমিঅ’পেথিক) মূঠ ১২৫ খন বাহ্য়িক চিকিৎসা কেন্দ্ৰ পি.এইচ.পি. স্তৰত এন.আৰ.এইচ.এম.ৰ অধীনত স্থাপন কৰা হৈছে| অসম চৰকাৰে চিঠি নং এইচ. এল. এ. ৩৫৯/২০০৯/১৬৫ তাং ৬/০১/২০১১ৰ জৰিয়তে অনূমোদন কৰিছে আৰু এন.আৰ.এইচ.এম.ক প্ৰদান কৰিবলগীয়া পৰিমানৰ মূক্তিৰ প্ৰক্ৰিয়া চলি আছে|
  3. ২৭ খন জিলাৰ ১৪৯ টা ব্লকৰ ৫০০খন উচ্চ বিদ্যালয়ত যোগ অনূষ্ঠানৰ কাৰ্যক্রম চলিছে|
  4. কেন্দ্ৰীয় সমৰ্থিত আঁচনি, ভাৰত চৰকাৰৰ অধীনত আবশ্যক হোমিঅ’পেথিক আৰু আয়ুর্বেদীক ঔষধ ক্রয়ৰ প্ৰক্ৰিয়া নিয়মিত ৰূপত আৰু চূক্তিমূলক আয়ূশৰ এন.আৰ.এইচ.এম.ৰ দ্বাৰা প্ৰথমতেই প্ৰস্তুত কৰা হৈছে|
  5. এন.আৰ.এইচ.এম.ৰ অধীনত আয়ূশৰ মূলধাৰাৰ ওপৰত ৰাজি্যক স্তৰত টি.অ'. টি. কাৰ্যসূচী ৪ৰ পৰা ১২ অক্টোবৰ ২০১০ তাৰিখলৈ আয়োজিত কৰা হয়| ইয়াক তিনিটা দলত ৩ দিনৰ ভিতৰত অনূষ্ঠিত কৰা হয়| ৰাজ্যৰ বিভিন্ন জিলাৰ স্বাস্থ্য সেৱা আৰু এন.আৰ.এইচ.এম.ৰ চিকিৎসা কৰ্মকতা, আয়ুর্বেদীক আৰু হোমিঅ’পেথিক মূঠ ৯০ জন অংশগ্রহণকাৰীয়ে টি.অ'. টি. কাৰ্যসূচীত অংশগ্রহণ কৰিছিল| কাৰ্যসূচীৰ ব্যক্তিসমূহ স্বাস্থ্যসেৱাৰ পৰিচালক, মিশন পৰিচালক, এন.আৰ.এইচ. এম. আৰু গুৱাহাটী আয়ুর্বেদীক মহাবিদ্যালয়, গুৱাহাটীৰ পৰা আছিল|
  6. চৈধ্যখন জিলাত আয়ূসৰ চিকিৎসকসকলৰ বাবে জিলা পৰ্যায়ত প্ৰশিক্ষণ কাৰ্যসূচী - বৰপেটা, ধেমাজী, ধূবূৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ (ম), কামৰূপ (গ্রাম্য), কৰিমগঞ্জ, মৰিগাওঁ, উত্তৰ লক্ষিমপূৰ, শিবসাগৰ, তিনিচূকীয়া, ওদালগুৰিত ইতিমধে নবেম্বৰ/ডিচেম্বৰ ২০১০’ ত অনূষ্ঠিত হয়|
  7. এন.আৰ.এইচ.এম.ৰ অন্তৰ্গত আয়ূশৰ মূলধাৰাৰ ওপৰত এল.এইচ.ডি./এ.এন.এম./আশা ফেচিলিটেটৰ যআশা প্ৰশিক্ষকসকলৰ ৰাজ্যিক স্তৰত প্ৰশিক্ষণ দিয়া হৈছে| জানূৱাৰী/ফেব্ৰুৱাৰী ২০১১ত জিলা স্তৰত প্ৰশিক্ষন অনূষ্ঠিত হ’ব|
  8. সাধাৰনভাবে ব্যৱহৃত গাৰ্হস্থ্য ঔষধ উদ্ভ্ৰিদৰ ওপৰত এন.আৰ.এইচ.এম.ৰ অধীনত এখন কিতাপ প্ৰকাশনৰ প্ৰক্ৰিয়া চলিছে|