আয়ূশ সঞ্চালকালয়, অসম আৰু সঞ্চালকালয়ৰ প্ৰতিষ্ঠানসমূহৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেট
(Rs. in lakh)
| ক্রমিক নং | মুখ্য কার্যালয়/প্রতিষ্ঠানৰ নাম | সাধাৰণ বাজেটৰ অধীনত বাজেটৰ সুবিধাসমূহ | এচ.অ.পি.ডি.ৰ অধীনত বাজেটৰ সুবিধাসমূহ |
|---|---|---|---|
| ১ | আয়ূশ সঞ্চালকালয়, অসম | ৩৫৬.১৬ | ৬৩০.০০ |
| ২ | চৰকাৰী আয়ূবৰ্েদিক মহাবিদ্যালয় গুৱাহাটী | ১৪৫০.১১ | ৩০২.০০ |
| ৩ | এচ. জে. এন. হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী- | ২৮৫.৮৪ | ১০৩.০০ |
| ৪ | জে কে এচ' হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়, যোৰহাট | ২৭৪.৫৩ | ১০০.০০ |
| ৫ | অসম হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয়,নগাঁও | ২০১.২৮ | ১০৫.০০ |
| ৬ | ৰাষ্ট্রীয় আয়ূশ অভিযান অসম | ২০০০ |